November 22, 2025 8:56 PM

views 45

চাৰিখন শ্রম বিধিৰ কাৰ্যকৰীকৰণ সন্দৰ্ভত চৰকাৰে কৰা ঘোষণাৰ প্ৰতি আগশাৰীৰ আন্তঃৰাষ্ট্ৰীয় সংস্থাসমূহৰ আদৰণি

আন্তঃৰাষ্ট্ৰীয় শ্রম সংস্থা আৰু আন্তঃৰাষ্ট্ৰীয় সামাজিক সুৰক্ষা সংস্থা লেখীয়া আগশাৰীৰ আন্তঃৰাষ্ট্ৰীয় সংস্থাসমূহে চাৰিখন শ্রম বিধিৰ কাৰ্যকৰীকৰণ সন্দৰ্ভত চৰকাৰে কৰা ঘোষণাৰ প্ৰতি আদৰণি জনাইছে। এই সংস্থাসমূহে ইয়াক সামাজিক সুৰক্ষাৰ সুদৃঢ়কৰণ, ন্যূনতম পাৰিশ্ৰমিক পৰিকাঠামৰ বৃদ্ধি আৰু প্ৰতিষ্ঠানগত সামৰ্থ বৃদ্ধিৰ দিশৰ পৰা গুৰুত্বপূর্ণ পদক্ষেপ বুলি অভিহিত কৰিছে। শ্রম আৰু নিয়োগ মন্ত্র্যালয়ে আন্তঃৰাষ্ট্ৰীয় সংস্থাসমূহৰ মন্তব্যই গোলকীয় শ্ৰম আৰু সামাজিক সুৰক্ষাৰ মান নির্ধাৰণৰ ক্ষেত্ৰত ভাৰতৰ বৰ্ধিত ভূমিকাৰ কথাকে প...