October 2, 2026 12:06 PM

views 5

২০২৭ চনৰ পুৰুষৰ বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ সময়সূচী প্ৰকাশ

২০২৭ চনৰ পুৰুষৰ বিশ্বকাপ ক্রিকেট প্রতিযোগিতাত ভাৰতে ৭ অক্টোবৰত কেপটাউনত অস্ট্রেলিয়াৰ বিৰুদ্ধে হ'বলগীয়া খেলেৰে অভিযান আৰম্ভ কৰিব। প্ৰতিযোগিতাৰ গ্ৰুপ এত স্থান লাভ কৰা ভাৰত ১০ অক্টোবৰত জোহান্সবার্গত পাকিস্তানৰ বিৰুদ্ধে অবতীর্ণ হ'ব। প্রথম খেল দুখনৰ পাছত ভাৰত ১৪ অক্টোবৰত চেঞ্চুৰিয়ানত আফগানিস্তানৰ সন্মুখীন হ'ব আৰু ১৭ অক্টোবৰত নিজৰ গ্ৰুপ পৰ্যায়ৰ চতুৰ্থখন খেলত যোগ্যতা নিৰূপণকাৰী খেলৰ জৰিয়তে স্থান লাভ কৰা কোৱালিফায়াৰ এৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ইয়াৰ পাছত ২৪ অক্টোবৰত ভিক্টোৰিয়া ফদ্ভূত সহ-আয়োজক জিম্বাব'ৱেৰ বি...