July 12, 2026 11:36 AM

views 20

ভিয়েটনামৰ প্ৰধানমন্ত্ৰী লি মিন হানৰ ফুকক দ্বীপৰ সমীপত নাও দুর্ঘটনাত ১৫ জন ভাৰতীয় পৰ্যটকৰ মৃত্যু হোৱা ঘটনাৰ তদন্তৰ নির্দেশ

ভিয়েটনামৰ প্ৰধানমন্ত্ৰী লি মিন হানে ফু কক দ্বীপৰ সমীপত নাও দুর্ঘটনাত ১৫ জন ভাৰতীয় পৰ্যটকৰ মৃত্যু হোৱা ঘটনাৰ তদন্তৰ নির্দেশ দিছে। মুম্বাইত থকা ভিয়েটনামৰ কনছুলেট জেনেৰেলে জাৰি কৰা বিবৃতি অনুসৰি প্রধানমন্ত্রী হানে কর্তৃপক্ষক দুর্ঘটনাৰ প্ৰত্যক্ষ আৰু পৰোক্ষ কাৰণসমূহ নিৰ্ণয় কৰিবলৈ আৰু ভৱিষ্যতে অনুৰূপ ঘটনা ৰোধ কৰাৰ বাবে ব্যৱস্থা ল'বলৈ নির্দেশ দিছে। কোনো লোকে নিয়ম উলংঘা কৰাৰ ফলত এই দুর্ঘটনা হোৱা বুলি চিনাক্ত হ'লে তেওঁৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্রহণ কৰিবলৈও প্ৰধানমন্ত্ৰীগৰাকীয়ে কর্তৃপক্ষক নির্দেশ দিয়...