June 14, 2026 7:52 PM

views 17

এন ডি এ চৰকাৰৰ ১২ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে অসমৰ বিভিন্ন ঠাইত ভিন ভিন কার্যসূচী অনুষ্ঠিত হয়

এন ডি এ চৰকাৰৰ ১২ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে দেশজুৰি ৰূপায়িত হৈ থকা বিভিন্ন কাৰ্যসূচীৰ সমান্তৰালভাৱে অসমতো ভিন ভিন কার্যসূচী অনুষ্ঠিত হৈছে। ধেমাজি জিলাৰ ঘুগুহা দৌল প্রাংগণত বিজেপিৰ মাছখোৱা মণ্ডলৰ উদ্যোগত আজি এই উপলক্ষে স্বচ্ছতা কাৰ্যসূচী ৰূপায়ন কৰা হয়। কাৰ্যসূচীত চিচিবৰ গাঁৱৰ বিধায়ক জীবন গগৈ, জিলা বিজেপিৰ সম্পাদক প্ৰণৱ দাসকে ধৰি অন্যান্য কর্মীসকল উপস্থিত থাকে। প্রধানমন্ত্রী মোদীৰ নেতৃত্বত বিশ্বাস, উন্নয়ন আৰু জনকল্যাণৰ ১২ বছৰ সম্পূৰ্ণ হোৱাৰ উপলক্ষে মাজুলী জিলাত বিজেপিৰ কর্মকর্তাসকলে আজি প্রগতি পথ ...