November 8, 2026 11:11 AM
2
ৰাজ্যত কৃষি উৎপাদন কোম্পানীৰ সংখ্যা ডেৰ হাজাৰলৈ বৃদ্ধিৰ লক্ষ্য
কৃষি, জলসিঞ্চন, সংসদীয় পৰিক্ৰমা আদি বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই কালি গোৱালপাৰা জিলাৰ দেউলগুৰিত তৈল খেজুৰৰ খেতি পৰিদৰ্শন কৰে। ইয়াৰ পাছত তেওঁ এই খেতিৰ সৈতে জড়িত কৃষক আৰু আন অংশীদাৰসকলৰ উপস্থিতিত কৃষি আৰু জলসিঞ্চন বিভাগৰ সৈতে এখন পর্যালোচনা বৈঠকত অংশ লয়। বৈঠকত কৃষক পঞ্জীয়ন প্রক্রিয়া, পুলি বিতৰণ, তৈল খেজুৰ ৰোপন, কৃষি আন্তঃগাঁথনি পুঁজিৰ কাৰ্যকৰীকৰণ, কৃষি উৎপাদক কোম্পানীসমূহৰ সবলীকৰণ আৰু মাখানা খেতিৰ বাবে উপযুক্ত বিল তথা মৎস্য পালন কৰা স্থান চিনাক্ত কৰণৰ অগ্রগতি সম্পর্কে সৱিশেষ আলোচনা কৰে। উল্লেখযোগ...