November 15, 2026 8:21 PM

views 5

সবকা সাথ সবকা বিকাশৰ মন্ত্ৰই দৰিদ্ৰ লোকৰ মাজত নতুন আত্মবিশ্বাস যোগাই তোলাৰ ফলত দেশত দৰিদ্ৰতা দূৰ কৰিবলৈ সক্ষম হোৱা বুলি প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ মন্তব্য

সবকা সাথ সবকা বিকাশৰ মন্ত্ৰই দৰিদ্ৰ লোকৰ মাজত নতুন আত্মবিশ্বাস যোগাই তোলাৰ ফলত কোটি কোটি লোকে দৰিদ্ৰতা দূৰ কৰিবলৈ সক্ষম হোৱা বুলি প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে মন্তব্য কৰিছে। ভগবান বীৰছা মুণ্ডাৰ ১৫১ সংখ্যক জয়ন্তী উপলক্ষে দেশজোৰা আয়োজনৰ অংশৰূপে মহাৰাষ্ট্ৰৰ গাড়চিৰোলীত আয়োজিত জনজাতীয় গৌৰৱ দিৱসৰ কাৰ্যসূচীত ভিডিঅ কনফাৰেন্সিংযোগে অংশগ্রহণ কৰি শ্রীমোদীয়ে এইদৰে কয়। প্রধানমন্ত্রীয়ে কয় যে চৰকাৰে মৌলিক সুবিধাৰ অভাৱ থকা পিছপৰা জনজাতীয় অঞ্চলসমূহৰ প্ৰতি বিশেষ গুৰুত্ব আৰোপ কৰিছে। তেওঁ কয় যে প্রধানমন্ত্রী জন মন...