October 21, 2026 11:52 AM
16
শাৰদীয় দুর্গোৎসৱৰ আজি বিজয়া দশমী
শাৰদীয় দুর্গোৎসৱৰ আজি বিজয়া দশমী। আজি দুর্গা পূজাৰ অন্তিমটো দিন। দেশৰ বিভিন্ন প্রান্তত পৰম্পৰাগত নীতি-নিয়মেৰে বিজয়া দশমী পালন কৰা হৈছে। নৱৰাত্ৰিৰ শেষত উদযাপন কৰা বিজয়া দশমীক দশেৰা নামেৰেও জনা যায়। ষষ্ঠীৰ বেদীত প্ৰতিষ্ঠা কৰা দেৱী দুৰ্গাৰ প্ৰতিমা বিজয়া দশমীৰ দিনা নৈৰ ঘাট বা কোনো জলাশয়ত বিসর্জন দিয়া হয়। অশুভ শক্তিৰ বিপৰীতে শুভ শক্তিৰ বিজয় উদযাপন এই দিনটোৰ অন্যতম তাৎপর্য। বিজয়া দশমী উপলক্ষে জিলা প্রশাসনসমূহে বিভিন্ন জিলাত উদযাপন কৰা দুর্গা পূজাৰ প্ৰতিমাসমূহ যথাবিহিত নীতি-নিয়মেৰে বিসর্জন দিয়াৰ ক্ষেত্...