October 25, 2026 11:08 AM

views 5

ভাৰতৰত্ন ড° ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষৰ সৈতে সংগতি ৰাখি ২৯ নৱেম্বৰত নতুন দিল্লীত সামৰণি অনুষ্ঠানত এহেজাৰগৰাকী শিল্পীৰ সুধাকণ্ঠৰ গীত পৰিৱেশন

ভাৰতৰত্ন ড° ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষৰ সৈতে সংগতি ৰাখি অহা ২৯ নৱেম্বৰত নতুন দিল্লীত আয়োজন কৰা সামৰণি অনুষ্ঠানত এহেজাৰগৰাকী শিল্পীয়ে সুধাকণ্ঠৰ গীত পৰিৱেশন কৰিব। ভাৰত মণ্ডপমত আয়োজিত অনুষ্ঠানত শিল্পীসকলে মানুহে মানুহৰ বাবে আৰু আমি একেখন নাৱৰে যাত্রী গীত দুটা পৰিৱেশন কৰি বিশিষ্ট সংগীত শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰিব। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই ড° ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষৰ সামৰণি অনুষ্ঠানৰ কথা উল্লেখ কৰে সামাজিক মাধ্যম যোগে এই কথা প্রকাশ কৰিছে। উল্লেখযোগ্য যে, ৰাজ্য চৰকাৰে এইবাৰ ড০...