October 21, 2026 12:33 PM
6
বিজয়া দশমী উপলক্ষে গুৱাহাটী মহানগৰ যানবাহন আৰক্ষীৰ বাহন চলাচলৰ ক্ষেত্ৰত কেতবোৰ নীতি-নির্দেশনা জাৰি
শাৰদীয় দুর্গোৎসৱৰ বিজয়া দশমী উপলক্ষে গুৱাহাটী মহানগৰ যানবাহন আৰক্ষীয়ে বাহন চলাচলৰ ক্ষেত্ৰত আজি আৰু কাইলৈ কেতবোৰ নীতি নির্দেশনা জাৰি কৰিছে। সেই অনুসৰি প্ৰতিমা বিসর্জন সমাপ্ত নোহোৱালৈকে কেইটামান পথ সম্পূৰ্ণ ৰূপে সাধাৰণ জনতাৰ বাবে বন্ধ থাকিব। আনহাতে, প্রতিমা কঢ়িওৱা বাহনসমূহ চানমাৰিৰ পৰা মহাৰজা পৃথু উৰণ সেতুলৈ চলাচল কৰা যান-বাহনসমূহ জিলা পুথিভঁৰাল পইন্ট, কে এল বি ৰড আৰু সত্ৰ ন্যায়াধীশৰ আদালত হৈ এম জি ৰ'ডেৰে যাব লাগিব। টকোবাৰী, পল্টনবজাৰ, উলুবাৰী, বিৰুবাৰী, বিষ্ণুপুৰ, আঠগাঁও, ৰিহাবাৰী আদি অঞ্চলসমূহৰ...