November 8, 2026 8:07 PM
6
বিজেপিৰ জ্যেষ্ঠ নেতা লাল কৃষ্ণ আদৱানীৰ ওপজা দিন উপলক্ষে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ শুভেচ্ছা জ্ঞাপন
বিজেপিৰ জ্যেষ্ঠ নেতা লাল কৃষ্ণ আদৱানীৰ ওপজা দিন উপলক্ষে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে শুভেচ্ছা জ্ঞাপন কৰিছে। কেইবাখনো সংবাদপত্রত শ্রী আদৱানীৰ ওপজা দিন উপলক্ষে প্রকাশিত প্রবন্ধত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, যে নেতাগৰাকীয়ে বিজেপিক ৰাষ্ট প্রথম আদর্শ সাৰোগত কৰি দলৰ ভেটি শক্তিশালী কৰাৰ বাবে উৎসাহিত কৰি আহিছে। শ্রীমোদীয়ে কয় যে এজন নেতা হিচাপে আদৱানীৰ দুটা গুণে আন ৰাজনৈতিক নেতাৰ পৰা পৃথক কৰিছে। এটা হৈছে তেওঁৰ আদর্শগত স্পষ্টতা আৰু আনটো বৌদ্ধিক তীক্ষ্ণতা। শ্রীআদবানীয়ে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি হৈ থকা সময়ত ১৯৮...