November 8, 2026 7:45 PM

views 9

বিগত ১২ বছৰত দেশে কেবল নক্সালবাদ আৰু বিচ্ছিন্নতাবাদৰ লগতে দৰিদ্ৰতাৰ বিৰুদ্ধে জয়ী হৈছে বুলি প্রধানমন্ত্রী মোদীৰ প্রকাশ

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে কয়, যে ২০ খন ৰাজ্যৰ ২৩০ খন জিলা পূর্বে নক্সালবাদৰ দ্বাৰা প্ৰভাৱিত আছিল। বিহাৰ, মহাৰাষ্ট্র, ওড়িশা, মধ্যপ্রদেশ, উত্তৰ প্ৰদেশ আৰু চত্তিশগড়ত এই সমস্যাই ভয়াবহ ৰূপ ধাৰণ কৰিছিল। ২০০৪ৰ পৰা ২০১৩ চনলৈ প্ৰতি বছৰে নক্সালবাদীসকলৰ হাতত বহু সংখ্যক সুৰক্ষা কৰ্মীয়ে প্রাণ হেৰুৱাইছে। শ্রী মোদীয়ে কয়, যে প্ৰথমবাৰৰ বাবে ৪৮ বছৰৰ মূৰত যোৱা বছৰ এজনো চি আৰ পি এফ জোৱানে কর্তব্যৰত অৱস্থাত প্রাণ হেৰুওৱা নাই। দেশৰ সঠিক নীতি আৰু দৃঢ়তাৰ বাবে এয়া সম্ভৱ হৈ উঠিছে বুলি প্রধানমন্ত্রীয়ে মন্তব্য কৰে। সুৰ...