November 15, 2026 8:11 PM

views 9

প্রিন্স উইলিয়াম আৰু ৱেলছৰ ৰাজকুমাৰী কেথনিলাই কাইলৈৰ পৰা ১৮ নৱেম্বৰলৈ মুম্বাই ভ্রমণ কৰিব

প্রিন্স উইলিয়াম আৰু ৱেলছৰ ৰাজকুমাৰী কেথনিলাই কাইলৈৰ পৰা ১৮ নৱেম্বৰলৈ মুম্বাই ভ্রমণ কৰিব। এই ভ্রমণ কালত তেওঁলোকে আর্টছত প্রাইচ শীর্ষ সম্মিলন আৰু বঁটা প্রদান অনুষ্ঠানকে ধৰি কেইবাটাও কার্যসূচীত অংশগ্ৰহণ কৰিব। প্রিন্স উইলিয়ামে আয়োজন কৰা বাৰ্ষিক আর্টছত বঁটা প্ৰদান অনুষ্ঠানটো পৰহিলৈ অৰ্থাৎ মঙলবাৰে সন্ধিয়া হোৱাৰ কথা। ২০২০ চনত প্রিন্স উইলিয়ামে প্ৰৱৰ্তন কৰা এই বঁটাৰ মূল উদ্দেশ্য হৈছে পৰিবেশজনিত প্রত্যাহ্বান বিশেষকৈ জলবায়ু পৰিৱৰ্তনৰ ক্ষেত্ৰত নতুন সমাধান উদ্ভাৱন কৰা। এই বঁটাৰ পাঁচজন বিজয়ীৰ প্ৰত্যেককে তেওঁ...