November 1, 2026 12:46 PM
12
প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ দিল্লী-গুৱাহাটী সংযোগী বুলেট ট্ৰেইনৰ উত্তৰ কৰিডৰত অনুমোদন
মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই দিল্লীৰ পৰা শিলিগুৰিলৈ প্ৰস্তাৱিত বুলেট ট্রেইন কৰিড'ৰ গুৱাহাটীলৈ সম্প্ৰাসৰণৰ বাবে লোৱা কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধান্তৰ প্ৰতি আদৰণি জনাইছে। প্রস্তাৱত অনুমোদন জনোৱাৰ বাবে প্রধানমন্ত্রী নৰেন্দ্ৰ মোডী আৰু ৰে'ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱক ৰাজ্যবাসীৰ হৈ কৃতজ্ঞতা জ্ঞাপন কৰি ড০ শৰ্মাই আজি সামাজিক মাধ্যমযোগে কয় যে, এই প্ৰকল্পৰ কাম সম্পূৰ্ণ হৈ উঠিলে গুৱাহাটীৰ পৰা দিল্লীলৈ ৮ ঘণ্টাৰো কম সময়ত যাত্ৰা কৰিব পৰা যাব। এই প্ৰকল্পৰ ফলত ৰাজ্যত যুৱ প্ৰজন্ম, উদ্যোগী, ব্যবসায়ি আৰু পৰ্য্যটন ক...