October 11, 2026 12:23 PM
6
নতুন শ্রমবিধি ৰূপায়ণৰ জৰিয়তে প্ৰতিগৰাকী শ্ৰমিকৰ বাবে ন্যূনতম মজুৰিক আইনী অধিকাৰ হিচাপে কেন্দ্ৰীয় চৰকাৰৰ স্বীকৃতি
কেন্দ্ৰীয় চৰকাৰে শ্ৰমিকসকলৰ বাবে উন্নত পাৰিতোষিক, সুৰক্ষা আৰু সামাজিক নিৰাপত্তা সুনিশ্চিত কৰাৰ উদ্দেশ্যে ২০২৫ চনৰ ২১ নৱেম্বৰৰ পৰা নতুন শ্রমবিধি ৰূপায়ণ কৰিছে। এই বিধিৰ জৰিয়তে প্ৰতিগৰাকী শ্ৰমিকৰ বাবে ন্যূনতম মজুৰিক আইনী অধিকাৰ হিচাপে স্বীকৃতি দিয়া হৈছে আৰু প্ৰথমবাৰৰ বাবে নির্দিষ্ট কাম বা প্রকল্প সম্পন্ন কৰি অথবা পৰম্পৰাগত পূর্ণকালীন নিয়োগকর্তা-কর্মচাৰীৰ সম্পৰ্কৰ পৰিধিৰ বাহিৰত সেৱা আগবঢ়োৱা শ্রমিকসকলক সামাজিক সুৰক্ষাৰ আওতালৈ অনা হৈছে। শ্রম আৰু নিয়োগ মন্ত্র্যালয়ে প্রকাশ কৰা মতে নতুনকৈ প্ৰৱৰ্তন কৰা ...