October 25, 2026 7:37 PM
5
নতুন দিল্লীত অনুষ্ঠিত চিন্ময় অমৃত মহোৎসৱ গোলকীয় সন্মিলনত বৈদেশিক পৰিক্ৰমা মন্ত্রী ড০ এছ জয়শংকৰৰ অংশগ্ৰহণ
সংঘর্ষ সমাপ্ত কৰাৰ একমাত্র পথ হিচাপে আলোচনা আৰু কূটনীতিৰ আশ্রয় লোৱাৰ পোষকতা কৰাৰ লগে লগে দেশে সমগ্র বিশ্বৰ মনোভাৱ প্ৰতিফলিত কৰে বুলি বৈদেশিক পৰিক্ৰমা মন্ত্রী ড০ এছ জয়শংকৰে মত প্রকাশ কৰিছে। তেওঁ কয় যে এই দিশত দেশে নিজৰ প্ৰয়াস অব্যাহত ৰখাৰ লগতে উমৈহতীয়া লক্ষ্যৰ আন দেশসমূহৰ সৈতেও সমন্বয়েৰে আগবাঢ়িবলৈ আগ্রহী। নতুন দিল্লীত অনুষ্ঠিত চিন্ময় অমৃত মহোৎসব গোলকীয় সন্মিলনত ভাষণ দি আজি তেওঁ কয় যে সম্প্রতি বিশ্বত ইউক্রেইন আৰু পশ্চিম এছিয়াৰ সংঘৰ্ষ অব্যাহত আছে। তদুপৰি তেওঁ কয় যে এই সংঘৰ্ষত কোনো হাত নথকা দূৰণিৰ ...