October 4, 2026 1:02 PM
2
নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ আজি সামৰণি
নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ সামৰণি পৰিব। শাসকীয় বিজেপি আৰু বিৰোধী ৰাজনৈতিক দলসমূহে দলীয় প্রার্থীৰ সমর্থনত ৰাজহুৱা সভা সমদল অনুষ্ঠিত কৰি প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে। প্ৰচাৰৰ সামৰণি দিনটোত শাসক, বিৰোধীয়ে ভোটাৰসকলক আকৰ্ষণৰ চেষ্টা চলায়। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কালি নগাঁও জিলাৰ ৰূপহীঘাট বিধানসভা সমষ্টিৰ জুৰীয়া কদমনিত অনুষ্ঠিত নির্বাচনী সভাত অংশ লৈ দলীয় প্রার্থী দেৱাশীষ শৰ্মাৰ হৈ প্ৰচাৰ চলায়। মুখ্যমন্ত্রী ড° শৰ্মাই পৰহিলৈ হ'বলগীয়া নগাঁও লোকসভাৰ উপ নির্বাচনৰ বাবে ১৫ খন...