November 8, 2026 7:13 PM

views 9

দেশৰ অন্যান্য প্ৰান্তৰ লগতে ৰাজ্যজুৰি পৰম্পৰাগত ৰীতি-নীতিৰে কালী পূজা আৰু পোহৰৰ উৎসৱ দীপাৱলী উদযাপন

ৰাজ্যজুৰি আজি পৰম্পৰাগত ৰীতি নীতিৰে কালী পূজা আৰু পোহৰৰ উৎসৱ দীপাৱলীৰ আয়োজন কৰা হৈছে। পূজাৰ সামগ্ৰী আৰু মৃৎ শিল্পীসকলে প্রস্তুত কৰা চাকি আৰু অন্যান্য পোহৰৰ সামগ্ৰীৰে বজাৰসমূহ ভৰি পৰিছে। ৰাষ্ট্ৰপতি শ্রীমতী দ্রৌপদী মুর্মু আৰু প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে দীপাবলী উপলক্ষে দেশবাসীক শুভেচ্ছা জ্ঞাপন কৰিছে। গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যৰ ঠায়ে ঠায়ে বিক্রেতাসকলে অস্থায়ী বিপণী মুকলি কৰি দীপাৱলীৰ বাবে চাকি, ফটকাকে ধৰি সামগ্ৰীসমূহ বিক্ৰী কৰিছে। মহানগৰীৰ বাসগৃহসমূহ আলোকমালাৰে সজাই তোলা হৈছে। বিভিন্ন স্বেচ্ছাস...