November 15, 2026 7:32 PM
8
ৰাজ্যৰ বিভিন্ন ঠাইত জনজাতীয় গৌৰৱ দিৱস পালন
বজালী জিলাৰ বন্ধসিধনী এম ই স্কুলৰ খেলপথাৰত আয়োজিত জনজাতীয় গৌৰৱ দিৱসৰ কাৰ্যসূচীত কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে অংশ লয়। তেওঁ ভগৱান বীৰছা মুণ্ডাৰ প্রতি শ্রদ্ধা নিবেদন কৰে। নিজৰ ভাষণত শ্রীসোণোৱালে কয়, যে সমগ্র দেশতে প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ নেতৃত্বত জনজাতীয় গৌৰৱ দিবস উদযাপন কৰা হৈছে। ডিব্ৰুগড় জিলা হো সমাজৰ জিলা সমিতিৰ উদ্যোগত টিংখঙত জনজাতীয় গৌৰৱ দিৱস উদযাপন কৰা হয়। এই উপলক্ষে কেবিনেট মন্ত্রী বিমল বৰাই বীৰছা মুণ্ডাৰ প্ৰতিচ্ছবিত শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে। বিজেপিৰ তামুলপুৰ জিলা অনুসূচিত জনজাতি...