November 1, 2026 11:24 AM

views 7

গুৱাহাটীৰ লোকপ্রিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰক অগৰু চীপছ আৰু অগৰু তেল ৰপ্তানিৰ বাবে অনুমোদিত ৰপ্তানি কেন্দ্ৰ হিচাপে কেন্দ্ৰীয় চৰকাৰৰ স্বীকৃতি প্রদান

কেন্দ্ৰীয় চৰকাৰে গুৱাহাটীৰ লোকপ্রিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰক অগৰু চীপছ আৰু অগৰু তেল ৰপ্তানিৰ বাবে অনুমোদিত ৰপ্তানি কেন্দ্ৰ হিচাপে স্বীকৃতি প্রদান কৰিছে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই কালি সামাজিক মাধ্যমযোগে এই কথা সদৰী কৰি কয়, যে এই সিদ্ধান্তই অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ সাঁচী গছৰ কৃষক, উৎপাদক আৰু ৰপ্তানীকাৰীসকলৰ বাবে আন্তঃৰাষ্ট্ৰীয় বজাৰ সুলভ কৰি তুলিব। ইয়াৰ উপৰি পৰিবহণৰ সুবিধা হ্রাস পাব আৰু স্থানীয় উদ্যোগীৰ বাবে নতুন বজাৰ তথা অর্থনৈতিক সম্ভাৱনাৰ দুৱাৰ মুকলি হ'ব বুলি ড° শৰ...