October 25, 2026 12:41 PM

views 13

কোকৰাঝাৰৰ গোসাইগাঁৱৰ মতিঝোৰাৰ ঘন অৰণ্যত আৰক্ষীৰ অভিযানত বৃহৎ পৰিমাণৰ অস্ত্র-সস্ত্ৰ আৰু গুলী-বাৰুদ উদ্ধাৰ

অসম আৰক্ষীয়ে ৰাজ্যত উগ্রপন্থীৰ সমস্যা সম্পূৰ্ণৰূপে নির্মূল কৰাৰ লক্ষ্যৰে অভিযান অব্যাহত ৰাখিছে। আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি কোকৰাঝাৰৰ গোসাইগাঁৱৰ মতিঝোৰাৰ ঘন অৰণ্যত অভিযান চলাই অলপতে এন এছ এল এ লুকাই থোৱা বৃহৎ পৰিমাণৰ অস্ত্র-সস্ত্ৰ আৰু গুলী-বাৰুদ উদ্ধাৰ কৰে। উদ্ধাৰ কৰা অস্ত্র-সস্ত্ৰৰ ভিতৰত ৬.৫ কিলোগ্রাম আই ই ডি, ছেভেন পইন্ট 6-5 MM পিষ্টল, ছাৰে ছয় কিলোগ্রাম টি এন টি বিস্ফোৰক পাউডাৰ আৰু ১০ ডাল ডিটনেটৰ আছে। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কালি সামাজিক মাধ্যমযোগে এই কথা সদৰি কৰে। তেওঁ কয়, যে বি ...