November 1, 2026 11:16 AM

views 7

অসম আৰক্ষীৰ ২৩ গৰাকী বিষয়া কনিষ্টবলৰ বিভিন্ন ক্ষেত্ৰত দেখুওৱা পাৰদৰ্শিতা আৰু শ্রেষ্ঠতম সেৱাৰ বাবে চলিত বৰ্ষৰ কেন্দ্ৰীয় গৃহমন্ত্রী দক্ষতা পদক লাভ

অসম আৰক্ষীৰ ২৩ গৰাকী বিষয়া কনিষ্টবলে বিভিন্ন ক্ষেত্ৰত দেখুওৱা পাৰদৰ্শিতা আৰু শ্রেষ্ঠতম সেৱাৰ বাবে চলিত বৰ্ষৰ কেন্দ্রীয় গৃহমন্ত্রী দক্ষতা পদক লাভ কৰিছে। ৰাষ্ট্ৰীয় একতা দিৱসৰ সৈতে সংগতি ৰাখি কালি ঘোষণা কৰা এই পদকসমূহৰ দুটা শাখাৰ বাবে মুঠ ২৩ গৰাকী আৰক্ষী বিষয়া আৰু কনিষ্টবলক বাচনি কৰা হৈছে। বিশেষ অভিযানৰ ক্ষেত্ৰত আগবঢ়োৱাপাৰদৰ্শিতাৰ বাবে ১৯ গৰাকী বিষয়া-কর্মচাৰীলৈ গৃহমন্ত্ৰীৰ দক্ষতা পদক আগবঢ়োৱা হৈছে। পদকপ্রাপ্ত বিষয়া-কনিষ্টবল কেইগৰাকীৰ ভিতৰত গুৱাহাটীৰ আৰক্ষী আয়ুক্ত পাৰ্থ সাৰথি মহন্ত, জ্যেষ্ঠ আৰক্ষী...