October 21, 2026 12:48 PM
6
কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ আজাদ হিন্দ ফৌজ গঠন কৰা নেতাজী আৰু সাহসী জোৱানসকলৰ প্রতি শ্রদ্ধা নিবেদন
কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আজাদ হিন্দ ফৌজ গঠনৰ কথা সুঁৱৰি কয় যে ১৯৪৩ চনৰ আজিৰ দিনটোতে নেতাজী সুভাষ চন্দ্র বসুৰ নেতৃত্বত ভাৰতৰ প্ৰথম স্বাধীন চৰকাৰ গঠন হৈছিল। এই উপলক্ষে শ্রীশ্বাহে নেতাজী আৰু দেশমাতৃক পৰাধীনতাৰ পৰা মুক্ত কৰাৰ বাবে সৰ্বস্ব ত্যাগ কৰা সাহসী জোৱানসকলৰ প্রতি শ্রদ্ধা জনায়। সামাজিক মাধ্যমৰ এটা বাৰ্তা শ্বেয়াৰ কৰি শ্ৰীশ্বাহে কয় যে আজাদ হিন্দ ফৌজৰ জৰিয়তে নেতাজীয়ে দেশপ্রেমী যুৱকৰ বিশাল সেনা গঠন কৰি ব্ৰিটিছ শাসনৰ ভেটি কঁপাই তুলিছিল আৰু স্বাধীনতা আন্দোলনক নতুন গতি প্রদান কৰিছিল। নেতাজীৰ ...