November 8, 2026 12:26 PM
4
ওমান উপসাগৰত নিষেধাজ্ঞা অমান্য কৰাৰ প্ৰচেষ্টা চলোৱা এখন বাণিজ্যিক জাহাজত গুলীচালনা কৰা বুলি আমেৰিকা সেনাৰ প্ৰকাশ
ওমান উপসাগৰত নিষেধাজ্ঞা অমান্য কৰাৰ প্ৰচেষ্টা চলোৱা এখন বাণিজ্যিক জাহাজত গুলীচালনা কৰা বুলি আমেৰিকাৰ সেনাই প্ৰকাশ কৰিছে। কর্তৃপক্ষই জনোৱা অনুসৰি, বাৰম্বাৰ সতৰ্ক কৰাৰ পাছতো ছেইণ্ট কিটছৰ পতাকাবাহী জাহাজখনে নিষেধাজ্ঞা উলংঘা কৰি ইৰাণৰ বন্দৰৰ যাত্ৰা সামৰি ওলাই যোৱাৰ চেষ্টা কৰাৰ সময়তে এই পদক্ষেপ গ্রহণ কৰা হয়। অতি গুৰুত্বপূৰ্ণ হৰমুজ প্রণালীৰ জলভাগত আমেৰিকাই নৌ-অৱৰোধ বলবৎ কৰি ৰাখিছে। ইপিনে, শনিবাৰে কিস্ম দ্বীপ আৰু জাস্ক বন্দৰত বিস্ফোৰণ সংঘটিত হোৱা বুলি ইৰাণৰ গণমাধ্যমে প্রকাশ কৰিছে যদিও এই বিস্ফোৰণৰ প্ৰক...