October 25, 2026 10:49 AM
4
ঐশ্বর্য বিভূতিৰ কামনাৰে ৰাজ্যজুৰি লক্ষ্মী পূজাৰ আয়োজন
ঐশ্বর্য বিভূতিৰ কামনাৰে আজি ৰাজ্যত ধন আৰু সৌভাগ্যৰ দেৱী শ্রীশ্রীলক্ষ্মী দেৱীৰ পূজা কৰা হ'ব। প্ৰতিবছৰৰ দৰে এইবাৰো ৰাজ্যৰ প্রান্তে প্রান্তে লক্ষ্মী পূজাৰ আয়োজন কৰা হৈছে। অসমীয়া সমাজ-সংস্কৃতিত লক্ষ্মী পূজাৰ গভীৰ অধ্যাত্মিক, সামাজিক তথা অর্থনৈতিক তাৎপর্য আছে। শৰৎ কালৰ পূৰ্ণিমা তিথিত ভক্তি আৰু উলহমালহেৰে এই পূজা পালন কৰা হয়। গৃহস্থই ঘৰতে ঘট স্থাপন কৰি বা বজাৰৰ পৰা দেৱী লক্ষ্মীৰ প্ৰতিমা আনি পূজা অর্চনা কৰে। ইয়াৰ উপৰি পদুম ফুল, ধানৰ থোক, মাটি চাকি আদিৰে পূজাৰ মণ্ডপ সজোৱা হয়। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্...