November 8, 2026 8:45 PM

views 5

ইজৰাইলৰ পৰৱৰ্তী চৰকাৰ গঠনৰ বাবে সেনা বাহিনীৰ প্ৰাক্তন মুৰব্বী তথা বিৰোধী নেতা গাড়ী আইচেনকটৰ জনমত লাভ

ইজৰাইলৰ পৰৱৰ্তী চৰকাৰ গঠনৰ বাবে তথা প্রধানমন্ত্রী বেঞ্জামিন নেতান্যাহৰ স্থানত অধিষ্ঠিত হোৱাৰ বাবে সেনা বাহিনীৰ প্ৰাক্তন মুৰববী তথা বিৰোধী নেতা গাড়ী আইচেনকটে বিপুল জনমত লাভ কৰিছে। ৰাষ্ট্ৰপতি আইজাক হাৰজগে কালি ৰাজনৈতিক দলসমূহৰ সৈতে আলোচনা কৰাৰ পাছত এই কথা ঘোষণা কৰে। আইচেনকটে নেচেটৰ ১২০ গৰাকী সদস্যৰ ভিতৰত ৬৭ গৰাকীৰ সমৰ্থন লাভ কৰাৰ বিপৰীতে নেতান্যাহুৱে ৪৬ গৰাকীৰ সমৰ্থন লাভ কৰে। অৱশ্যে ৭ গৰাকী সদস্যই কোনো এগৰাকী নেতাকে সমর্থন নজনালে। যাচাৰ পাৰ্টীৰ আইচেনকটে ২৮ দিনৰ পাছত নতুন দায়িত্ব গ্রহণ কৰিব যদিও এই...