October 25, 2026 12:06 PM
53
ইউৰোপৰ দেশ লিস্টেনষ্টাইনৰ ভাৰপ্ৰাপ্ত মুৰববী প্রিন্স এল’ইছ চাৰিদিনীয়া ভ্রমণসূচীৰে ভাৰতলৈ আহিব
ইউৰোপৰ দেশ লিস্টেনষ্টাইনৰ ভাৰপ্ৰাপ্ত মুৰববী প্রিন্স এলইছ চাৰিদিনীয়া ভ্রমণসূচীৰে আজি ভাৰতলৈ আহিব। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ আমন্ত্রণ ক্ৰমে পত্নী প্রিন্সেছ ছ'ফীৰ সৈতে ভাৰতলৈ অহা প্রিন্স এলইছ ২৮ অক্টোবৰলৈকে নতুন দিল্লীত থাকিব। তেওঁৰ সৈতে দেশখনৰ শীৰ্ষ পৰ্যায়ৰ বিষয়াৰ লগতে উদ্যোগপতি-ব্যৱসায়ীৰ এটা দলো আহিছে। এই ভ্রমণকালত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু প্রিন্স এল'ইছ বিভিন্ন বিষয়ৰ সহযোগিতাক লৈ গুৰুত্বপূর্ণ দ্বিপাক্ষিক বৈঠকত মিলিত হ'ব। এই আলোচনাত ব্যৱসায়, বিনিয়োগ, বিজ্ঞান, প্রযুক্তি, উদ্ভাবন, গণসংযোগ ...