November 1, 2026 11:53 AM

views 11

আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিদেশ সচিব তথা ভাৰত, অস্ট্রেলিয়া আৰু জাপানৰ বিদেশ মন্ত্রীসকলৰ আটলাণ্টাত বৈঠক

আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিদেশ সচিব তথা ভাৰত, অস্ট্রেলিয়া আৰু জাপানৰ বিদেশ মন্ত্রীসকলে কালি জর্জিয়াৰ আটলাণ্টাত বৈঠকত মিলিত হয়। তেওঁলোকে কোৱাড ৰাষ্ট্ৰ গোষ্ঠীৰ সম্প্ৰতি ৰূপায়ণ হৈ থকা পদক্ষেপসমূহৰ অগ্রগতি সন্দৰ্ভত আলোচনা কৰাৰ লগতে এখন মুক্ত ভাৰত প্ৰশান্ত মহাসাগৰীয় খণ্ডৰ প্ৰতি তেওঁলোকৰ দায়বদ্ধতা পুনৰ নিশ্চিত কৰে। অর্থনৈতিক সমৃদ্ধি আৰু নিৰাপত্তা সন্দৰ্ভত কোৱাড যুটীয়া প্ৰেছ বিবৃতিত প্রকাশ পোৱা মতে, বিদেশ মন্ত্রীসকলে গোলকীয় স্থিৰতা আৰু সমৃদ্ধি বজাই ৰখাৰ বাবে অৰ্থনৈতিক সুৰক্ষাৰ গুৰুত্বৰ বিষয়ে আলোচনা কৰে। ত...