November 15, 2026 12:43 PM

views 6

বানৰ ক্ষয়-ক্ষতি হ্রাস কৰাৰ উদ্দেশ্যে ৰাজ্য চৰকাৰৰ অসম বান সমভূমি মণ্ডলীকৰণ বিধেয়ক ২০২৬ প্ৰৱৰ্তনৰ পৰিকল্পনা

ৰাজ্য চৰকাৰে প্ৰধান নদীসমূহৰ পাৰৰ নিৰ্মাণ কাৰ্য আৰু ভূমিৰ ব্যৱহাৰ নিয়তন্ত্ৰণ জৰিয়তে বানৰ ক্ষয়ক্ষতি হ্রাস কৰাৰ উদ্দেশ্যে অসম বান সমতল মণ্ডলীকৰণ বিধেয়ক ২০২৬ প্ৰৱৰ্তনৰ পৰিকল্পনা কৰিছে। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আজি সামাজিক মাধ্যমযোগে এই বিধেয়কখনৰ উদ্দেশ্য সবিশেষ প্রকাশ কৰি কয়, যে ইয়াৰ জৰিয়তে সমগ্ৰ ৰাজ্যত বান ব্যৱস্থাপনাৰ বাবে বৈজ্ঞানিক চিনাক্তকৰণ আৰু সুসংগঠিত দৃষ্টি ভংগী প্ৰৱৰ্তনৰ প্ৰয়াস কৰা হৈছে। তেওঁ কয়, যে এই বিধেয়কখনৰ জৰিয়তে ব্ৰহ্মপুত্ৰ আৰু বৰাক নদীৰ অববাহিকাৰ বৈজ্ঞানিক চিনাক্তকৰণ তথা...