November 15, 2026 11:26 AM

views 10

অসমৰ আৰক্ষী জিলাসমূহত ফৰেনচিক তদন্ত ব্যৱস্থা অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে মুখ্যমন্ত্রীৰ গুৰুত্বপূৰ্ণ বৈঠক

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই অসমৰ আৰক্ষী জিলাসমূহত ফৰেনচিক তদন্ত ব্যৱস্থা অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে ৩২টা মোবাইল ফৰেনচিক দলৰ বাবে ৯৬টা বিভিন্ন পদ সৃষ্টি সন্দর্ভত কালি এখন গুৰুত্বপূৰ্ণ বৈঠকত অংশ লয়। ড° শর্মাই প্রমাণ ভিত্তিক তদন্ত ব্যৱস্থাক অধিক শক্তিশালী কৰি সময়মতে ন্যায় প্রদান সুনিশ্চিত কৰাৰ উদ্দেশ্যে ভাৰতীয় নাগৰিক ন্যায় সংহিতা ২০২৩ৰ অধীনত যোগ্যতা সম্পন্ন বৈজ্ঞানিক বিষয়া আৰু সহযোগী নিযুক্তিৰ বাবে ব্যৱস্থা ল'বলৈ সংশ্লিষ্ট কর্তৃপক্ষক নির্দেশ দিয়ে। মুখ্যমন্ত্রীয়ে আন এখন বৈঠকত ৰাজ্যৰ স্বাস্...