November 15, 2026 7:43 PM

views 7

অসমীয়া ভাষা-সাহিত্যৰ কাণ্ডাৰী ড° বাণীকান্ত কাকতিৰ পুণ্য তিথি উপলক্ষে ৰাজ্যবাসীৰ শ্রদ্ধা নিবেদন

অসমীয়া ভাষা-সাহিত্যৰ কাণ্ডাৰী ড° বাণীকান্ত কাকতিৰ পুণ্য তিথি উপলক্ষে আজি ৰাজ্যবাসীয়ে তেওঁক শ্রদ্ধা নিবেদন কৰিছে। একেধাৰে গৱেষক, ভাষাবিদ, সমালোচক ড° বাণীকান্ত কাকতিয়ে অসমীয়া ভাষাতত্ব অধ্যয়নৰ দিশত যথেষ্ট বৰঙণি আগবঢ়াই থৈ গৈছে। Assamese its Formation And Development শীর্ষক গবেষণা গ্রন্থ ড° কাকতিয়ে জীৱনৰ অনন্য কীর্তি। ইয়াৰ উপৰি পুৰণি অসমীয়া সাহিত্য, সাহিত্য আৰু প্রেমকে ধৰি সাহিত্য আলোচনামূলক গ্রন্থ আৰু সমাজতত্ব বিষয়ক গ্রন্থৰে তেওঁ অসমীয়া সাহিত্যৰ বৌদ্ধিক দিশটো চহকী কৰি থৈ গৈছে। মুখ্যমন্ত্রী ড° হিমন্ত...