ধেমাজিৰ চিলাপথাৰত অহা ২৫ ডিচেম্বৰত উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমটো ৰেডিঅ’ শ্রোতা সংঘ অনাতাঁৰ মৰম পৰিয়ালৰ প্ৰতিষ্ঠা দিৱস অনুষ্ঠিত হ’ব। এই বৰ্ষত পৰিয়ালটোৱে আকাশবাণী গুৱাহাটীৰ অনুষ্ঠানসমূহৰ মুৰব্বী কাৰ্তিক সূত্ৰধৰলৈ শ্ৰোতা প্ৰেৰণা বঁটা আগবঢ়াইছে। চৰাইদেউৰ সদ্যপ্রয়াত জালালুদ্দিন হালদাৰলৈ অনাতাঁৰ শ্ৰোতা বন্ধু বঁটা আগবঢ়োৱা হৈছে। এই বঁটাত এটা ৰেডিঅ’, স্মাৰক, জাপি, সম্বৰ্ধনা পত্ৰ, অংগবস্ত্ৰ আৰু কিতাপৰ টোপোলা আগবঢ়োৱা হ’ব।
Assamese | December 9, 2024 9:17 PM | silapathar radio audience
চিলাপথাৰত ২৫ ডিচেম্বৰত উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমটো ৰেডিঅ’ শ্রোতা সংঘ অনাতাঁৰ মৰম পৰিয়ালৰ প্ৰতিষ্ঠা দিৱস