শিৱসাগৰ জিলাৰ আয়ুক্ত আয়ুষ গাৰ্গে আজি জিলাখনৰ গেলেকী খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ পৰিদৰ্শন কৰে। তেওঁ বহিঃবিভাগ, পৰীক্ষাগাৰ, প্ৰসূতি তথা মাতৃ কক্ষ আদিৰ লগতে চিকিৎসালয়খনৰ পৰিচ্ছন্নতা আদি দিশসমূহ পৰ্যবেক্ষণ কৰাৰ পাছত আয়ুক্তগৰাকীয়ে কমশ্ৰী হিতেশ্বৰ শইকীয়া মহকুমা অসামৰিক চিকিৎসালয় আৰু লিগিৰিপুখুৰী স্বাস্থ্য প্ৰতিষ্ঠান পৰিদৰ্শন কৰে। ইতিমধ্যে সম্পূৰ্ণ হৈ উঠা ডায়লেছিছ ইউনিটটোও তেওঁ পৰ্যবেক্ষণ কৰে।
Assamese | May 22, 2025 7:12 PM | Sibsagar DC
গেলেকী খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ পৰিদৰ্শন শিৱসাগৰ জিলাৰ আয়ুক্ত আয়ুষ গাৰ্গৰ