বিজেপিৰ জ্যেষ্ঠ নেতা তথা গৃহমন্ত্রী অমিত শ্বাহে কৈছে যে সন্ত্রাসবাদক নির্মূল কৰা হৈছে আৰু ইয়াক পুনৰুত্থানৰ কোনো সুযোগ দিয়া নহ’ব। তেওঁ লগতে বিজেপিৰ কাৰ্যকালত সন্ত্ৰাসবাদ মুক্ত অঞ্চলৰো প্ৰতিশ্ৰুতি প্ৰদান কৰে। আজি জম্মু আৰু কাশ্মীৰৰ উধমপুৰ জিলাৰ ছেনানি অঞ্চলত এখন নির্বাচনী প্ৰচাৰ সভাক সম্বোধন কৰি শ্ৰী শ্বাহে এইদৰে প্ৰকাশ কৰে।
Assamese | September 26, 2024 9:08 PM | Senior BJP leader Amit Shah says no come back of terrorism in the valley
সন্ত্রাসবাদক নির্মূল কৰা হৈছে আৰু ইয়াক পুনৰুত্থানৰ কোনো সুযোগ দিয়া নহ’বঃ গৃহমন্ত্ৰী অমিত শ্বাহ