ছাংহাই সহযোগিতা সংস্থাৰ সচিব প্রধান নুৰলান য়েৰমেকবায়েভ আজি নতুন দিল্লীত উপস্থিত হৈছে। সামাজিক মাধ্যমৰ এটা পোষ্টত বিদেশ মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰনধীৰ জয়ছোৱালে কয়, যে তেওঁৰ এই ভ্রমণে দেশৰ আঞ্চলিক সহযোগিতা, সুৰক্ষা বৃদ্ধিৰ লগতে বাণিজ্য আৰু অৰ্থনৈতিক বিকাশত দেশখনৰ প্ৰতিশ্ৰুতিবদ্ধতাক চিহ্নিত কৰিছে। শ্ৰীনুৰলান চাৰিদিনীয়া কাৰ্যসূচীৰে ভাৰতলৈ আহিছে।
Assamese | February 4, 2025 12:08 PM | SCO Secretary-General arrives in New Delhi for 4-day visit
নতুন দিল্লীত ছাংহাই সহযোগিতা সংস্থাৰ সচিব প্রধান নুৰলান য়েৰমেকবায়েভ