পেৰিছ অলিম্পিক আৰম্ভ হোৱাৰ লগে লগে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতীয় দলটোক শুভেচ্ছা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা পোষ্টত শ্ৰীমোদীয়ে কয় যে, প্ৰতিজন খেলুৱৈ দেশৰ গৌৰৱ। পেৰিছ অলিম্পিকত প্ৰতিগৰাকী ভাৰতীয় খেলুৱৈ জিলিকি উঠিব আৰু তেওঁলোকৰ দুৰ্দান্ত প্ৰদৰ্শনেৰে দেশবাসীক অনুপ্ৰাণিত কৰিব বুলি তেওঁ আশা প্রকাশ কৰে ।
Assamese | July 27, 2024 12:21 PM | parish olympic pm modi
পেৰিছ অলিম্পিকত অংশ লোৱা ভাৰতীয় খেলুৱৈৰ দলক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শুভেচ্ছা