অসমৰ আগশাৰীৰ বাতৰি কাকত দৈনিক অসমে হীৰক জয়ন্তী বৰ্ষ অতিক্ৰম কৰি আজি ৬১ বছৰত পদার্পণ কৰিছে। ১৯৬৫ চনৰ আজিৰ দিনটোতে দৈনিক অসমৰ প্ৰথম সংখ্যাটো প্ৰকাশ পাইছিল। দৈনিক অসমৰ হীৰক জয়ন্তী বৰ্ষ সমাপ্ত হোৱাৰ গৌৰৱোজ্জ্বল ক্ষণত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাকে ধৰি বিভিন্নড়জনে কাকতখনৰ লগতে ইয়াৰ সৈতে জড়িত সকলো লোকলৈ শুভেচ্ছা জ্ঞাপন কৰে ৷
Assamese | August 4, 2025 1:00 PM | danik assam
অসমৰ আগশাৰীৰ বাতৰি কাকত দৈনিক অসমৰ আজি ৬১ বছৰত পদার্পণ