নগাঁও আৰক্ষীয়ে আজি ড্ৰাগছ সৰবৰাহৰ গোচৰৰ অভিযোগত অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যকৰী সভাপতি আবু বক্কৰ ছিদ্দিকিক গ্ৰেপ্তাৰ কৰে। নগাঁও জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষকগৰাকীয়ে সংবাদ মাধ্যমৰ আগত কয় যে, এই লোকজনৰ বিৰুদ্ধে কামপুৰৰ কছুৱা থানাত ৰুজু হোৱা ড্ৰাগছ সৰবৰাহৰ এটা গোচৰৰ সন্দৰ্ভত গ্ৰেপ্তাৰ কৰা হৈছে ।
Assamese | October 7, 2024 6:39 PM | nagaon drugs arresr abu bakkar sidique
অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ কাৰ্যকৰী সভাপতি আবু বক্কৰ ছিদ্দিকিক ড্ৰাগছ সৰবৰাহৰ অভিযোগত গ্ৰেপ্তাৰ