June 17, 2025 12:39 PM | mp ajit bhuyan cmv

printer

সাংসদ অজিত কুমাৰ ভূঞাক সাংসদ পুঁজি ব্যয় কেলেংকাৰিৰ গোচৰত মুখ্যমন্ত্রী বিশেষ তদাৰকী কোষৰ সোধা-পোছা

ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাক কালি সাংসদ পুঁজি ব্যয় কেলেংকাৰিৰ গোচৰত মুখ্যমন্ত্রী বিশেষ তদাৰকী কোষে সোধা-পোছা কৰে। দিনৰ প্ৰায় চাৰে ১১ বজাৰ পৰা সন্ধিয়া পাঁচ বজালৈ তদন্তকাৰী সংস্থাটোৱে সাংসদগৰাকীক বিভিন্ন বিষয়ক লৈ প্ৰশ্ন কৰে। জেৰাৰ সময়ছোৱাত সাংসদ ভূঞাই তদাৰকী কোষক সম্পূৰ্ণৰূপে সহযোগিতা আগবঢ়ায়। ২০২২ চনত সাংসদ পুঁজি ব্যয় কেলেংকাৰী সন্দৰ্ভত তেওঁৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰা হৈছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।