দৰং জিলাৰ মঙলদৈ জিলা পুঁথিভঁৰাল প্ৰেক্ষাগৃহত আজি জিলাখনৰ শিক্ষকসকলৰ বাবে শিশু সুৰক্ষা বিষয়ক প্রশিক্ষণ কার্যসূচী অনুষ্ঠিত হয়। অসম ৰাজ্যিক শিশু সুৰক্ষা ছ’চাইটী, দৰং জিলা শিশু সুৰক্ষা গোট আৰু জিলা আইন সেৱা প্ৰাধিকৰণৰ উদ্যোগত এই প্ৰশিক্ষণ কাৰ্যসূচীৰ আয়োজন কৰা হয় ।
Assamese | November 13, 2024 6:16 PM | Mangldoi
মঙলদৈত জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত শিশু সুৰক্ষা বিষয়ক প্রশিক্ষণ কার্যসূচী অনুষ্ঠিত