ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ অস্বাভাৱিকভাৱে শুকাই যোৱাৰ পৰিপ্ৰেক্ষিতত মাজুলীৰ কমলাবাৰী ঘাটেৰে চৰকাৰী জাহাজৰ চলাচল বন্ধ কৰি দিয়া হৈছে। জলস্তৰ হ্ৰাস হোৱাৰ ফলত কেৱল ব্যক্তিগত ফেৰীসমূহেৰে পথ সলাই মূল কমলাবাৰী ফেৰী ঘাটলৈ এটা ইঞ্জিনযুক্ত ফেৰীৰ চলাচল হৈ আছিল যদিও যোৱা ৬ ডিচেম্বৰৰ পৰা আভ্যন্তৰীণ জল পৰিবহণ বিভাগে কমলাবাৰীৰ পাৰঘাটটো মাজুলীৰ দৰবাৰ আৰু কুমলীয়া চাপৰিৰ মাজ অংশলৈ স্থানান্তৰিত কৰে।
Assamese | December 19, 2025 12:53 PM | majuli brahmaputra
ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ অস্বাভাৱিকভাৱে শুকাই যোৱাৰ পৰিপ্ৰেক্ষিতত মাজুলীৰ কমলাবাৰী ঘাটেৰে চৰকাৰী জাহাজৰ চলাচল বন্ধ