দেশত প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে মুঠ এহেজাৰ ৬২৫ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন-পত্র দাখিল কৰিছে। নির্বাচন আয়োগে জনোৱা অনুসৰি মুঠ ১০২টা সংসদীয় সমষ্টিৰ বাবে প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনত এইসকল প্রার্থী নির্বাচনী যুজঁত অৱতীৰ্ণ হ’ব। ইয়াৰে এহেজাৰ ৪৯১ গৰাকী পুৰুষ আৰু ১৩৪ গৰাকী মহিলা প্রার্থী।
Assamese | April 9, 2024 11:59 AM | Lok Sabha Election
দেশত প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে ১,৬২৫গৰাকী প্ৰাৰ্থীৰ মনোনয়ন-পত্র দাখিল