December 23, 2024 8:26 PM | kokrajhar awarness camp

printer

কোকৰাঝাৰৰ বড়োলেণ্ড প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত খাদ্য-সামগ্ৰীৰ পুষ্টিকৰ গুণ সম্পৰ্কে সজাগতাৰ অনুষ্ঠান

কোকৰাঝাৰ জিলাৰ বড়োলেণ্ড প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত আজি মিলেট বা কণীধান জাতীয় শস্যৰ পৰা উৎপাদিত খাদ্য-সামগ্ৰীৰ পুষ্টিকৰ গুণ সম্পৰ্কে সজাগতা সৃষ্টিৰ বাবে এটা অনুষ্ঠানৰ আয়োজন কৰা হয়। উত্তৰ-পূব উন্নয়ন দপ্তৰৰ অধীনত উত্তৰ-পূর্বাঞ্চল আঞ্চলিক কৃষি বিপনন নিগমে এই অনুষ্ঠানৰ আয়োজন কৰে। কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰ্যালয়ৰ সহযোগিতাত আয়োজিত এই অনুষ্ঠানত কমেও ৫০জন কৃষক, উদ্যোগী আৰু বিভিন্ন ক্ষেত্ৰৰ অংশীদাৰে অংশ লয়।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।