January 8, 2025 1:30 PM | kho-kho world cup

printer

নতুন দিল্লীত ১৩ পৰা ১৯ জানুৱাৰীলৈ খো খো বিশ্বকাপ ২০২৫

খো খো বিশ্বকাপ ২০২৫, ১৩ জানুৱাৰীৰ পৰা ১৯ জানুৱাৰীলৈ নতুন দিল্লীৰ ইন্দিৰা গান্ধী ইনড‘ৰ ষ্টেডিয়ামত,অনুষ্ঠিত হ‘ব । ভাৰতীয় অলিম্পিক সন্থাৰ সহযোগত অনুষ্ঠিত হ‘বলগীয়া খো খো প্রতিযোগিতাৰ উদ্বোধনী সংস্কৰণত ২০ টা পুৰুষৰ দল আৰু ১৯টা মহিলাৰ দলে প্রতিদ্বন্দ্বিতা কৰিব। পুৰুষ আৰু মহিলা উভয় শাখাৰ বাবে গ্ৰুপ পৰ্যায়ৰ পৰা প্ৰতিযোগীতা আৰম্ভ হ‘ব। প্ৰতিটো গ্ৰুপৰ পৰা শীৰ্ষ দুটা দলে কোৱাৰ্টাৰ ফাইনেলৰ বাবে যোগ্যতা অৰ্জন কৰিব।