বিজেপিয়ে বিহাৰত বিধায়িনী দলৰ নেতা নিৰ্বাচনৰ বাবে উত্তৰ প্ৰদেশৰ উপ মুখ্যমন্ত্রী কেশৱ প্রসাদ মৌর্যক কেন্দ্রীয় পর্যবেক্ষক হিচাপে নিয়োগ কৰিছে। কেন্দ্ৰীয় আইন আৰু ন্যায় মন্ত্রী অর্জুন ৰাম মেঘৱাল আৰু প্ৰাক্তন কেন্দ্রীয় মন্ত্রী সাধৱী নিৰঞ্জন জ্যোতিক কেন্দ্রীয় সহ পর্যবেক্ষক হিচাপে নিয়োগ কৰা হৈছে। বিজেপিৰ সংসদীয় দলে আজি এই পৰ্যবেক্ষক কেইগৰাকীৰ নিয়োগত অনুমোদন জনায়।
Assamese | November 18, 2025 8:39 PM | keshab prashad
বিহাৰত বিধায়িনী দলৰ নেতা নিৰ্বাচনৰ বাবে কেশৱ প্রসাদ মৌর্যক কেন্দ্রীয় পর্যবেক্ষক হিচাপে নিয়োগ