কৰিমগঞ্জৰ জিলা আয়ুক্ত কাৰ্যালয়ত খালী হৈ থকা প্ৰশাসনিক বিষয়াৰ পদ পূৰণৰ বাবে যোগ্য প্ৰাৰ্থীৰ পৰা আবেদন আহ্বান কৰা হৈছে। এই পদত আবেদন কৰিবলৈ প্ৰাৰ্থীসকলৰ ৰাজ্যৰ যিকোনো জিলা প্ৰশাসনৰ কাৰ্যালয়ত ন্যূনতম ১৫ বছৰ কাম কৰা অভিজ্ঞতা থকাৰ লগতে যিকোনো অনুমোদিত বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰীধাৰী হ’ব লাগিব। বয়স, শৈক্ষিক অর্হতা, ঠিকনা, অভিজ্ঞতা আদিৰ সৈতে ৩০ নৱেম্বৰৰ সন্ধিয়া ৫ বজাৰ ভিতৰত আবেদন কৰিব লাগিব বুলি কোৱা হৈছে ।
Assamese | November 13, 2024 8:14 PM | Karimganj
কৰিমগঞ্জৰ জিলা আয়ুক্ত কাৰ্যালয়ত খালী হৈ থকা প্ৰশাসনিক বিষয়াৰ পদৰ আবেদন আহ্বান