বস্ত্ৰ মন্ত্ৰালয়ে ২০২৫-২৬ খাৰিফ কপাহ বৰ্ষৰ বাবে নুন্যতম সমর্থন মূল্য কাৰ্যকৰী কৰাৰ প্ৰস্তুতি তীব্ৰতৰ কৰি তুলিছে। বস্ত্ৰ মন্ত্ৰ্যালয়ৰ সচিবগৰাকীয়ে কালি ২০২৫-২৬ খাৰিফ কপাহ বৰ্ষৰ বাবে নুন্যতম সমর্থন মূল্য সম্পৰ্কীয় প্ৰস্তুতিৰ বিশদ পর্যালোচনা কৰে। বস্ত্ৰ মন্ত্ৰ্যালয়ৰ এটা বিবৃতিত এই বুলি কোৱা হৈছে যে, মন্ত্ৰ্যালয়ে অসুবিধা জড়িত ক্ৰয়, সময়মতে ধনাদায় আৰু ডিজিটেল অন্তৰ্ভুক্তি সুনিশ্চিত কৰাৰ বাবে ৰাষ্ট্ৰজোৰা ৰণকৌশল প্ৰস্তুত কৰি উলিয়াইছে। দেশৰ ১১ খন ৰাজ্যত অভিলেখ সংখ্যক ৫৫০টা কপাহ ক্রয় কেন্দ্ৰ কাৰ্যক্ষম কৰি তোলা হৈছে বুলি মন্ত্রালয়ে প্রকাশ কৰে।
Assamese | October 3, 2025 12:35 PM | karif
২০২৫-২৬ খাৰিফ কপাহ বৰ্ষৰ বাবে নুন্যতম সমর্থন মূল্য কাৰ্যকৰী কৰাৰ প্ৰস্তুতি বস্ত্ৰ মন্ত্ৰালয়ৰ