যোৰহাটত জিলা খোৱাপানী আৰু অনাময় সমিতিৰ সৌজন্যত জলজীৱন আঁচনিৰ জলমিত্ৰ আৰু ক্ষেত্ৰ সহায়কসকলৰ এটি প্রশিক্ষণ কার্যসূচী অনুষ্ঠিত হয়। টীয়কৰ কহাৰ কমাৰগাঁৱত অনুষ্ঠিত এই কাৰ্যসূচীত ৯০গৰাকী প্ৰশিক্ষাৰ্থীক প্রশিক্ষণ দিয়া হয়। উল্লেখযোগ্য যে জিলাখনৰ ৯০খন জলজীৱন আঁচনিৰ ভিতৰত ৮৫খন আঁচনিতে মাহেকীয়া বৰঙণি হিতাধিকাৰীসকলৰ পৰা নিয়মিতভাৱে সংগ্ৰহ কৰি সফলতা লাভ কৰা হৈছে।
Assamese | November 23, 2024 6:43 PM | jorhat jalajivan training
যোৰহাটত জলজীৱন আঁচনিৰ জলমিত্ৰ আৰু ক্ষেত্ৰ সহায়কসকলক প্রশিক্ষণ