জোনাইৰ পবা অভায়ৰণ্যৰ লালী নৈৰ বালিচাপৰিত তিনি দিনীয়া কাৰ্যসূচীৰে দ্বিতীয় পবা মহোৎসৱৰ আয়োজন কৰা হৈছে। মিচিং স্বায়ত্বশাসিত পৰিষদ আৰু জোনাইবাসী ৰাইজৰ সহযোগত ১০ৰ পৰা ১২ জানুৱাৰীলৈ বিভিন্ন কাৰ্যসূচীৰে এই মহোৎসৱ আয়োজিত হ’ব। উল্লেখযোগ্য যে, কিছু দিন পূর্বে পবা অভায়ৰণ্যই বন্যপ্রাণী অভায়ৰণ্যৰ স্বীকৃতি লাভ কৰিছে।
Assamese | January 4, 2025 12:03 PM | jonai poba mahotsav
জোনাইৰ পবা অভায়ৰণ্যৰ লালী নৈৰ বালিচাপৰিত ১০-১২ জানুৱাৰীলৈ দ্বিতীয় পবা মহোৎসৱ