ৰাজ্যৰ উপ-নির্বাচনৰ বাবে অসম সন্মিলিত মৰ্চাৰ প্রার্থিত্বক লৈ যোৱা দুদিন ধৰি অব্যাহত থকা উৎকণ্ঠাৰ অৱসান ঘটাই আজি বিহালী আসনখনৰ বাবে কংগ্ৰেছ দলে প্রার্থী ঘোষণা কৰে। দলে এই আসনখনৰ বাবে জয়ন্ত বৰাক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। প্ৰথমে এই আসনখন অসম সন্মিলিত মৰ্চাৰ প্ৰাৰ্থীক প্ৰদান কৰাৰ কথা আছিল যদিও শেষ মুহূৰ্তত কংগ্ৰেছে দলীয় প্রার্থীক আসন প্ৰদান কৰে।
Assamese | October 24, 2024 9:11 PM | Jayanta-Bora bihalli congress
বিহালী সমষ্টিত কংগ্ৰেছৰ জয়ন্ত বৰাক প্ৰাৰ্থিত্ব প্ৰদান