গুৱাহাটীৰ বেতকুচিত জলজীৱন মিছন, অসমৰ ৮১ গৰাকী নৱনিযুক্ত সহকাৰী অভিযন্তাৰ অন্তৰ্ভুক্তি প্ৰশিক্ষণ অনুষ্ঠান আৰম্ভ হৈছে। জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই এই প্ৰশিক্ষণ কাৰ্যসূচী উদ্বোধন কৰে। মন্ত্ৰীগৰাকীয়ে তেওঁৰ ভাষণত নতুনকৈ নিযুক্তি লাভ কৰা এইসকল যুৱক-যুৱতীক নিষ্ঠা আৰু সততাৰে বিভাগৰ বিকাশৰ অৰ্থে কাম কৰি যাবলৈ আহ্বান জনায়।
Assamese | November 22, 2024 6:47 PM | jalajivan mission
অসমৰ ৮১ গৰাকী নৱনিযুক্ত সহকাৰী অভিযন্তাৰ অন্তৰ্ভুক্তি প্ৰশিক্ষণ অনুষ্ঠান আৰম্ভ